MORAN CAKE valley

MORAN CAKE valley Bakery Training centre Lakhame path Jyoti pur Moran 785670

আজি কৰ্মশালাত 🌿
04/05/2026

আজি কৰ্মশালাত 🌿

ইচ্ছুক সকলে সোনকালেই যোগাযোগ কৰিব 📲7002438584 নম্বৰত
03/29/2026

ইচ্ছুক সকলে সোনকালেই যোগাযোগ কৰিব 📲7002438584 নম্বৰত





21& 22 March workshop 🌸🌼 Works done by Students 😍
03/26/2026

21& 22 March workshop 🌸🌼
Works done by Students 😍

03/26/2026
All details 👇🏻 whatsapp massage 7002438584
02/25/2026

All details 👇🏻 whatsapp massage
7002438584

12/27/2025

এই বছৰৰ শেষৰটো কুকিজ কৰ্মশালা, অহা বছৰৰ মাচুল বৃদ্ধি কৰা হ'ব সেই হে আগ্ৰহী সকলে কাইলৈ শিকি ল'ব পাৰে। কেকৰ কৰ্মশালা ও ৩০ ডিচেম্বৰত শেষৰটো ক্লাছ লম তাৰো মাচুল অহা বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছোঁ গতিকে আপোনাৰ যদি ইচ্ছা আছে আজিয়েই মোক মেচেজ কৰক 😊

সকলোৱে আশা কৰি শিকিবলৈ আহে , সেইহে মই ও জনাখিনি যিমান পাৰি সহজ ভাৱে বুজায় শিকাবলৈ চেষ্টা কৰোঁ। মোৰ ওচৰত শিকি যোৱা সকলৰ ...
12/16/2025

সকলোৱে আশা কৰি শিকিবলৈ আহে , সেইহে মই ও জনাখিনি যিমান পাৰি সহজ ভাৱে বুজায় শিকাবলৈ চেষ্টা কৰোঁ। মোৰ ওচৰত শিকি যোৱা সকলৰ গ্ৰাহকে যেতিয়া কয় তোৰ ওচৰত শিকা আমুকিৰ কেক খাই ইমান ভাল লাগিল তেতিয়া বহুত সুখী হ'ওঁ আৰু মোৰ শিকোৱা খিনিৰ সাৰ্থক যেন লাগে 😊 দেওবাৰে অহা গোটেই কেইগৰাকীক মোৰ ভাল লাগিল আপোনালোকলৈ বহুত মৰম আৰু শুভকামনা থাকিল 💚ভাল কৈ কাম কৰক, কিবা নাজানিলে কব সদায় সহায় কৰিবলৈ সাজু আছোঁ ।

Address

37 National Highways
Moran, TX
785670

Alerts

Be the first to know and let us send you an email when MORAN CAKE valley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MORAN CAKE valley:

Share