Rubi's Akhol

Rubi's Akhol আপোনালোকক যদি পিঠা পনা, বিস্কুট,ঘৰুৱা আচাৰ ,মাহৰ গুৰা ইত্যাদি লাগে যোগাযোগ কৰিব পাৰিব

মোৰ প্ৰডাক্ট বোৰ যেতিয়া দোকান বোৰৰ সজাই ৰাখে মনটো বৰ বেছি ভাল লাগে
25/03/2026

মোৰ প্ৰডাক্ট বোৰ যেতিয়া দোকান বোৰৰ সজাই ৰাখে মনটো বৰ বেছি ভাল লাগে

গৰম আহিছে সকলো ভালকৈ থাকিব ঘৰুৱা shake খাব বিচাৰিলে অৰ্ডাৰ কৰিব
22/03/2026

গৰম আহিছে সকলো ভালকৈ থাকিব
ঘৰুৱা shake খাব বিচাৰিলে অৰ্ডাৰ কৰিব

ঈদ আহি পালে অৰ্ডাৰ বোৰ আহিছে ভাল লাগিছে কাৰোবাক লাগিলে যোগাযোগ কৰিব
17/03/2026

ঈদ আহি পালে অৰ্ডাৰ বোৰ আহিছে ভাল লাগিছে
কাৰোবাক লাগিলে যোগাযোগ কৰিব

ঘৰুৱা খুৰ্মা কাৰোবাক লাগিলে কণ্টেক্ট কৰিবধন্যবাদ
14/03/2026

ঘৰুৱা খুৰ্মা কাৰোবাক লাগিলে কণ্টেক্ট কৰিব
ধন্যবাদ

মোৰ ঘৰৰ খেতি
10/03/2026

মোৰ ঘৰৰ খেতি

আজিৰ অৰ্ডাৰ 30 পেকেট মচলা নিমকী আপোনালোকক লাগিলে যোগাযোগ কৰিব ফোন নং :  060007 09008
26/02/2026

আজিৰ অৰ্ডাৰ 30 পেকেট মচলা নিমকী
আপোনালোকক লাগিলে যোগাযোগ কৰিব
ফোন নং : 060007 09008

ভাপত দিয়া পিঠাকাৰোবাক লাগিলে জনাবPhn no:- 060007 09008
21/02/2026

ভাপত দিয়া পিঠা
কাৰোবাক লাগিলে জনাব
Phn no:- 060007 09008

কাৰোবাক কেক লাগিলে কণ্টেক্ট কৰিব জন্মদিন বা কিবা অনুষ্ঠান কাৰণে cake লাগিলে অৰ্ডাৰ কৰিবফোন:৬০০০৭০৯০০৮
15/02/2026

কাৰোবাক কেক লাগিলে কণ্টেক্ট কৰিব
জন্মদিন বা কিবা অনুষ্ঠান কাৰণে cake লাগিলে অৰ্ডাৰ কৰিব
ফোন:৬০০০৭০৯০০৮

Anda curry from Rubi's Akhol Late night order one plate anda curry
01/02/2026

Anda curry from Rubi's Akhol
Late night order one plate anda curry

আজিৰ অৰ্ডাৰ বেহোৱা
01/02/2026

আজিৰ অৰ্ডাৰ বেহোৱা

Rubi's Akhol ৰ পৰা সকলোৰে মৰমৰ অভিনেতা অৰুণ হাজৰিকা(নেত্ৰকাই) দেৱলৈ অকণমান মৰম যাচিলোঁ
19/01/2026

Rubi's Akhol ৰ পৰা সকলোৰে মৰমৰ অভিনেতা অৰুণ হাজৰিকা(নেত্ৰকাই) দেৱলৈ অকণমান মৰম যাচিলোঁ

One order ready to dispatch
13/01/2026

One order ready to dispatch

Address

Nagaon
782142

Website

Alerts

Be the first to know and let us send you an email when Rubi's Akhol posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category