bake.a.bless

bake.a.bless Bakings with Blessings | Dibrugarh
Customized cakes for every occasion
Immediate orders accepted
Whatsapp/Call - 9101356663

বহুদিন হ'ল নিজে ভাল পোৱা কামবোৰৰ পৰা আঁতৰি থকা। অৰ্ডাৰবোৰো লোৱা  নাই গতিকে পেজত প'ষ্টো কৰা হোৱা নাই।অলপ দিন এনেকৈ চেগাচো...
29/05/2025

বহুদিন হ'ল নিজে ভাল পোৱা কামবোৰৰ পৰা আঁতৰি থকা। অৰ্ডাৰবোৰো লোৱা নাই গতিকে পেজত প'ষ্টো কৰা হোৱা নাই।অলপ দিন এনেকৈ চেগাচোৰোকাকৈ আহিম।বেয়া নাপাব আৰু নাপাহৰিব দেই😊❤️

এতিয়া আহোঁ কেকৰ কথালৈ ।এইটো কেক বনাইছিলো মাঘৰ বিহুৰ সময়ত।আপলোড কৰাহে হোৱা নাছিল।এইটো এটা Engagement কেক আছিল আৰু অৰ্ডাৰটো দিছিল শিৱসাগৰৰ ভাইটি এজনে।কেনেকুৱা লাগিছে জনাব দেই❤️😊🙏

এইকেইদিন  একো পোষ্ট দিব পৰা নাই বিশেষ ব্যস্ততাৰ বাবে।তাৰ মাজতে আজি এইটো পোষ্ট দিছো।এই কেকটো দুটি যমজ সন্তানৰ বাবে বনাইছি...
17/05/2025

এইকেইদিন একো পোষ্ট দিব পৰা নাই বিশেষ ব্যস্ততাৰ বাবে।তাৰ মাজতে আজি এইটো পোষ্ট দিছো।এই কেকটো দুটি যমজ সন্তানৰ বাবে বনাইছিলো।যিমান পাৰোঁ নিজৰ ১০০% দি বনাইছো। কেনেকুৱা দেখিছে আপোনালোকে জনাব দেই😊 কেকৰ ভিতৰত ফলৰ ৰজা আমক ব্যৱহাৰ কৰিছো🙏❤️

এইটো কেক ল'ৰাৰ  নে ছোৱালীৰ বাবে বনোৱা কোনে ক'ব পাৰিব😊❤️ ক'ব পাৰিলেহে গ'ম পাম মোৰ কষ্ট সাৰ্থক হৈছে😊 ক'ব দেই আপোনালোকে🙏😊  ...
13/05/2025

এইটো কেক ল'ৰাৰ নে ছোৱালীৰ বাবে বনোৱা কোনে ক'ব পাৰিব😊❤️ ক'ব পাৰিলেহে গ'ম পাম মোৰ কষ্ট সাৰ্থক হৈছে😊 ক'ব দেই আপোনালোকে🙏😊


মনতে ভাবি ফ্ৰকৰ আৰ্হি এটা কেকত বনাইছিলো।ফুটি ঊঠিছেনে বাৰু😊❤️
09/05/2025

মনতে ভাবি ফ্ৰকৰ আৰ্হি এটা কেকত বনাইছিলো।ফুটি ঊঠিছেনে বাৰু😊❤️

পেকিংটো কেনেকুৱা লাগিছে😊❤️
08/05/2025

পেকিংটো কেনেকুৱা লাগিছে😊❤️

Happiness served🎉💖😍সৰু হ'লেও কিবা এটা বৰ মৰম লগা নহয়নে??আপোনলোকৰ বাৰু কেনেকুৱা লাগিছে জনাব দেই🙏😊❤️                      ...
07/05/2025

Happiness served🎉💖😍সৰু হ'লেও কিবা এটা বৰ মৰম লগা নহয়নে??আপোনলোকৰ বাৰু কেনেকুৱা লাগিছে জনাব দেই🙏😊❤️ 🎂🍰👍💕

Happiness delivered 😊❤️❤️  সুদূৰ গুৱাহাটীৰ পৰা অহা অৰ্ডাৰ।এওঁলোকে আগতেও অৰ্ডাৰ দিয়ে।ধন্যবাদ জনালোঁ মোৰ ওপৰত থকা বিশ্বাসক...
06/05/2025

Happiness delivered 😊❤️❤️
সুদূৰ গুৱাহাটীৰ পৰা অহা অৰ্ডাৰ।এওঁলোকে আগতেও অৰ্ডাৰ দিয়ে।ধন্যবাদ জনালোঁ মোৰ ওপৰত থকা বিশ্বাসকনৰ বাবে🙏😊❤️

প্ৰথম ফটো খন মই নিজে তোলা আৰু পিছৰ দুখন  গ্ৰাহকৰ নিজৰ ফোনত তোলা।ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে যে নিদিয়াকৈ নোৱাৰিলোঁ😍😍আপ...
04/05/2025

প্ৰথম ফটো খন মই নিজে তোলা আৰু পিছৰ দুখন গ্ৰাহকৰ নিজৰ ফোনত তোলা।ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে যে নিদিয়াকৈ নোৱাৰিলোঁ😍😍আপোনালোকে কেনেকুৱা দেখিছে জনাব দেই😊🙏❤️

আকৌ এবাৰ ৰিবন কেক ❤️❤️ভাল লাগিছে নে😊
02/05/2025

আকৌ এবাৰ ৰিবন কেক ❤️❤️ভাল লাগিছে নে😊

বিশেষ দিন বা কিবা বিশেষ থাকিলে নবনাই থাকিব পাৰি জানো😊 যদিও দেখাত একো ভাল হোৱা নাই তথাপি কিন্তু সোৱাদ অতুলনীয় আছিল❤️     ...
01/05/2025

বিশেষ দিন বা কিবা বিশেষ থাকিলে নবনাই থাকিব পাৰি জানো😊 যদিও দেখাত একো ভাল হোৱা নাই তথাপি কিন্তু সোৱাদ অতুলনীয় আছিল❤️

Customzed Unicorn theme cake  for baby girl 😊😍❤️
29/04/2025

Customzed Unicorn theme cake for baby girl 😊😍❤️

জলপৰী( mermaid theme) কেক 😍❤️কেনেকুৱা  দেখিছে ভাল দেখিছে নে??😊😊😍❤️❤️জনাব দেই আৰু যদি ভাল লাগিছে তেন্তে  লাইক,কমেন্ট শ্বে...
24/04/2025

জলপৰী( mermaid theme) কেক 😍❤️কেনেকুৱা দেখিছে ভাল দেখিছে নে??😊😊😍❤️❤️জনাব দেই আৰু যদি ভাল লাগিছে তেন্তে লাইক,কমেন্ট শ্বেয়াৰ অথবা follow কৰি দিবলৈ নাপাহৰিব🙏😊❤️

Address

Near Bhagavati Naamghar, Behind Railway Accounts Office, Kadamoni
Dibrugarh
786001

Telephone

+919101356663

Website

Alerts

Be the first to know and let us send you an email when bake.a.bless posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category