25/05/2026
“এইটো আছিল ভেনিলা কেক...
ৰেডি কৰা এটা ১ পাউণ্ডৰ কেক। মই কেকটো কেনেকৈ ৰেডি কৰিলোঁ সেই সম্পূৰ্ণ প্ৰচেছ আপোনালোকে ইয়াতেই চাবচোন।
“এনেকুৱা ধুনীয়া ধুনীয়া কেক আৰু সৰু সৰু বেকিং টিপছ জানিবলৈ পেজটো ফ’ল’ কৰি ৰাখিব। মই আগতে দিয়া ভিডিঅ’বোৰতো বহুতো উপযোগী টিপছ শ্বেয়াৰ কৰা আছে, সেইবোৰো চাই ল’ব পাৰে।
ভিডিঅ’টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব, আৰু যদি কিবা জানিবৰ থাকে বা কোনো কুৱেৰী থাকে তেন্তে কমেণ্টত জনাব। মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম আৰু সহযোগিতাই মোক আৰু ভাল ভিডিঅ’ বনাবলৈ অনুপ্ৰেৰণা দিয়ে।”
Part 10