25/04/2026
ঘৰৰ পৰাই প্ৰতিমাহে 10,000-15,000 টকা ইনকম কৰিব পৰা এটা সহজ ব্যৱসায় হৈছে কেকৰ ব্যৱসায় । কাৰণ আজিকালি প্ৰতিটো সৰু-বৰ অনুষ্ঠান যেনে জন্মদিন, অন্নপ্ৰসন, বিবাহ বাৰ্ষিকী, আঙুঠি পিন্ধোৱা ইত্যাদিত কেক কটা হয় । তাতে আজিকালি ব্যৱসায় প্ৰসাৰ কৰিবলৈ সহজ হৈ পৰে বিভিন্ন চচিয়েল মিডিয়াৰ সহায়ত । ফেচবুক, হোৱাইটছ আপ, ইনষ্টাগ্ৰাম ৰ মাধ্যমেৰে গ্ৰাহক সহজে পোৱা যায় । সেয়ে বৰ্তমান সময়ৰ বাবে এইটো এটা উপযুক্ত ব্যৱসায় ।
নমস্কাৰ বন্ধু-বান্ধৱীসসকল, মই সীমাক্ষি গগৈ, আমাৰ ''Himakshi Cake & Bake'' ৰ তৰফৰ পৰা May 10 তাৰিখ দেওবাৰে ডিব্ৰুগড়ত পুনৰবাৰ Cake Baking and Icing ৰ লগতে বিস্কুটৰ ও প্ৰশিক্ষণ দিয়া হব । ইচ্ছুক সকলে সোনকালে আমাৰ সৈতে যোগাযোগ কৰি Seat Booking কৰি লব পাৰিব ,আসন সীমিত । What's App or Call on 8822719053
BASIC TO ADVANCE WHIP CREAM MASTER CAKE CLASS.
DATE 10 May SUNDAY 2026
TIMING - 9.00 AM. TO 3.30 PM.
LEARN 10 TYPES OF DESIGNER CAKES WITH DIFFERENT FLAVOURS
2 TYPS OF BISCUIT
1. SHIMMER EFFECT CAKE
2. STENCIL CAKE
3. DOLL CAKE
4. FRUITS CAKE
5. TWO TIER CAKE
6. GEODE CAKE
7. GEL CARVING CAKE
8. ROYAL CHOCOLATE CAKE
9. 3D FLOWER CAKE
10. TEXTURE EFFECT
11. VANILLA SPONGE
12. PREMIX SPONGE
NOTES, TEA & CERTIFICATE PROVIDED
SEATS ARE LIMITED, HURRY BOOK YOUR SEATS..
TO BOOK YOUR SEATS WHATS APP OR CALL ON-8822719053