CAKE Parlour Golaghat & Dergaon

CAKE Parlour Golaghat & Dergaon Here we provide all types of icing/ fondant cakes in various flavors.

05/09/2025

✨ আন্তৰিক ধন্যবাদ ✨
দোকানখন নতুন স্থানলৈ স্থানান্তৰ কৰাৰ পিছত হয়তো মানুহে আমাক বিচাৰি পোৱা কঠিন হ’ব বুলি ভাবিছিলোঁ।
কিন্তু আজি কেৱল আমাৰ নিয়মিত গ্ৰাহকসকলেই নহয়, বহুতে আমাক বিচাৰি আহি কেকৰ অৰ্ডাৰ দিলে।
আপোনালোকে দেখুওৱা এই সহাৰি আমাৰ বাবে সচাই অতি মূল্যবান ❤️

আপোনালোকৰ মৰম, ভৰষা আৰু সহায়েই আমাৰ সকলো। 🙏
আমি সদায় এনেদৰেই আপোনালোকক সেৱা কৰি যাবলৈ চেষ্টা কৰিম 🤗
ধন্যবাদেৰে -
– মণীষা কেক পাৰ্লাৰ, দেৰগাঁও
& কেক পাৰ্লাৰ, গোলাঘাট

18/10/2024
Cake parlour খন govt bezbaruah Higher Secondary School ৰ সন্মুখৰ পৰা ৰ'দালি পইণ্টলৈ আজি স্থায়ী ভাৱে  স্থানান্তৰিত কৰা  হ...
04/10/2024

Cake parlour খন govt bezbaruah Higher Secondary School ৰ সন্মুখৰ পৰা ৰ'দালি পইণ্টলৈ আজি স্থায়ী ভাৱে স্থানান্তৰিত কৰা হ'ল।
CAKE Parlour Golaghat & Dergaon
Golaghat

Raksha Bandhan special      আপোনালোকৰ মৰম, কাজিয়া, অভিমানৰ এই মিঠা সম্পৰ্কটো আৰু অলপ মিঠা কৰি তুলিবৰ বাবে এতিয়াই যোগাযোগ...
17/08/2024

Raksha Bandhan special
আপোনালোকৰ মৰম, কাজিয়া, অভিমানৰ এই মিঠা সম্পৰ্কটো আৰু অলপ মিঠা কৰি তুলিবৰ বাবে এতিয়াই যোগাযোগ কৰক CAKE Parlour Golaghat & Dergaon

PHONE NO:9401358336/9101752932

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে CAKE Parlour Golaghat & Dergaon
15/08/2024

৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে CAKE Parlour Golaghat & Dergaon

Contact us for order9401358336/ 7002026997
07/08/2024

Contact us for order
9401358336/ 7002026997

16/08/2023
04/09/2022

Order Eggless cake online -
For Dergaon(Near Smriti Pathar)
& Golaghat(Cake Parlour- Near Golaghat Govt. Bezbaruah H S School)
@7002026997
@9854037026

Address

Narikolguri
Dergaon

Website

Alerts

Be the first to know and let us send you an email when CAKE Parlour Golaghat & Dergaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CAKE Parlour Golaghat & Dergaon:

Share